বিজ্ঞাপনৰ খৰচ

ঘৰত কাম কৰা লগুৱাটো হেৰাল।
গৃহস্থই বাতৰি কাগজত লৰাটো
হেৰোৱাৰ খবৰ বিজ্ঞাপনৰ জৰিয়তে
দিয়াৰ কথা ভাবি বাতৰি কাকতৰ অফিচলৈ
গৈ খৰচ কিমান হব সুধিলে। এজন কৰ্মচাৰীয়ে
ক'লে---
  ঃপ্ৰতি ছেন্টিমিটাৰত আমি ৫ টকাকৈ লওঁ।..
  ঃবাপৰে, তেতিয়াহলেতো মই বিজ্ঞাপনেই
দিব নোৱিৰিম।
 কৰ্মচাৰীজনে সুধিলে---
 ঃ কিয় ?
 ঃএস আমাৰ হেৰোৱা লৰাটো
৫ ফুট মান ওখ আছিল। ইমান টকা মই
ক'ৰ পৰা দিম ?
বিজ্ঞাপনৰ খৰচ বিজ্ঞাপনৰ খৰচ Reviewed by Assamese jokes for smile on June 27, 2017 Rating: 5

No comments:

Powered by Blogger.