ইংৰাজীলৈ অনুবাদ

ইংৰাজীলৈ অনুবাদ কৰা:


১/ কালি তোক পাণ্ডেৰ দোকানত চিগাৰেট টানি থকা দেখিছিলো

ইয়েস্তাৰদে আই চ’ ইউ পুলিং চিগাৰেট ইন পাণ্ডে চপ |


২/ছোৱালীৰ পিছে পিছে কিয় ঘূৰ? লাজ নাই?

হুৱাই ইউ ৰ’টেট আফটাৰ গাৰ্ল- ন’ চেম ?


৩/কাগজখন তুলি ডাষ্টবিনত পেলা !

আফটাৰ লিফ্টিং দা পেপাৰ ফল ইন ডাষ্টবিন !


৪/মই বিচাৰোঁ মোৰ ল’ৰাটোৱে পঢ়ক আৰু ছোৱালীজনীৰ বিয়া হৈ যাওক |

আই ৱান্ট টু ষ্টাডী মাই চান এন্ড মেৰী মাই ড’টাৰ |


৫/অনুগ্ৰহ কৰি চিৰিয়াখানাৰ জন্তুবোৰক খাবলৈ নিদিব |

প্লীজ ডু নট ট্ৰাই টু ইট দা এনিমেলচ অব দা জু |


৬/কি খবৰ?

হুৱাট ইজ নিউজ?


৭/হেল্লো, আপুনি কোনে কৈছে?

হেল্লো, হু উ টেলিং?
ইংৰাজীলৈ অনুবাদ ইংৰাজীলৈ অনুবাদ Reviewed by Assamese jokes for smile on June 27, 2017 Rating: 5

No comments:

Powered by Blogger.