হাতীৰ আন্দাৰপেন্ট

নিগনি : (হাতীক উদ্দেশ্যি)... ঐ তোৰ আন্দাৰপেন্টটো কেইদিনমানৰ কাৰণে দিবিনেকি ?

হাতী : .... হা হা হা হা .... কিয় ? তই পিন্ধিবিনেকি ?

.......

.......

.......

.......

নিগনি : নহয় অ..... ডাঙৰ ছোৱালীজনীৰ বিয়া পাতিছো.... ! ৰভা দিব লাগে ...!
হাতীৰ আন্দাৰপেন্ট হাতীৰ আন্দাৰপেন্ট Reviewed by Assamese jokes for smile on June 27, 2017 Rating: 5

No comments:

Powered by Blogger.