বিমান যাত্ৰী

এগৰাকী মহিলা গুৱাহাটীৰ পৰা বিমানত
মুম্বাইলৈ যাবলৈ সাধাৰণ শ্ৰেণীৰ টিকট কাটি
ফাষ্ট ক্লাছত বহি থকা দেখি বিমান সেৱিকাই
তেওঁক নিজৰ ছিটত বহিবলৈ অনুৰোধ কৰিলে।
মহিলাগৰাকীয়ে ক'লে, "মই যি বহিলোঁ, বহিলোঁ,
উঠাত নাই।" নিৰুপায় হৈ এইবাৰ হেৱিকাই হেডক
মাতিলে। কিন্তু তেওঁ অনুৰোধ কৰিও উঠাব
নোৱাৰিলে। সেই একেদৰেই কলে, "মই যি
বহিলোঁ, বহিলোঁ,উঠাত নাই।" এইবাৰ পাইলটজনে
ককপিটৰ পৰা উঠি আহি মহিলাগৰাকীৰ কাণে কাণে
কিবা এটা কোৱাৰ লগে লগে মহিলা গৰাকী উঠি গৈ
নিজৰ ছিটত বহিলগৈ। দেখি সকলো অবাক
সকলোৱে পাইলটজনক বেৰি ধৰি সুধিলে, "আপুনিনো
মহিলা গকাকীক কাণে কাণে কি কলে  আপোনাৰ কথা
শুনি  মহিলা গৰাকী যে সৈমান হল  পাইলটজনে
ক'লে, "মই ক'লো-- বিমানখনৰ আপুনি বহা এই অংশটো
মুম্বাইলৈ নাযায়, দিল্লীতে থাকিব।"
বিমান যাত্ৰী বিমান যাত্ৰী Reviewed by Assamese jokes for smile on June 27, 2017 Rating: 5

No comments:

Powered by Blogger.