বঢ়িয়া হ'ল
পিতৌ নামৰ মানুহ এজনে আনে যি কথায়ে নাপাতক তেওঁ উত্তৰত বঢ়িয়া হ'ল বুলি কয় ।এবাৰ এজন বন্ধুয়ে তেওঁৰ লগত পতা কথোপকথনঃ
বন্ধুঃ আপোনাক বহুত দিনৰ মোৰত লগ পালো দেই ।
পিতৌঃ হেঃ হেঃ বঢ়িয়া হ'ল ন !তোমাৰ কেনে খবৰ পিচে ?
বন্ধুঃ বৰ ভাল নহয় ।যোৱা বছৰ মানুহজনী মৰি থাকিল ,টকা পইচাৰ নাটনিত বৰ কষ্টত আছো বুইছেনে ।ইফালে খেতিয়ো বৰ ভাল নহ'ল এইবাৰ ।
পিতৌঃ বঢ়িয়া হ'ল দেখুন কথাটো !
বন্ধুঃ [খঙেৰে] কি বঢ়িয়া হ'ল ! মোৰ এনে অৱষ্টা হোৱাত আপোনাৰ ইমান ফ্ৰোর্তিনে ?
পিতৌঃ তুমি বুজা নাই ,কথাটো বঢ়িয়া হ'ল ।
বন্ধুয়ে পিতৌৰ কাণৰ তলত দুপাত মান দিয়াৰ পিছত পিতৌয়ে কেকাই কেকাই কলেঃ অ' বুপাই বঢ়িয়া হ'ল দে

Reviewed by Assamese jokes for smile
on
July 01, 2017
Rating:
No comments: