দুজন বন্ধুৰ কথোপকথন

দুজন বন্ধুৱে গছৰ তলত বহি কথা
পাতিছে--
প্ৰথম বন্ধুঃ মই সৰুতে গোটেই
ভাৰতবৰ্ষখনেই বিনা পইচাতে ফুৰি
আহিলো।
দ্বিতীয় বন্ধুঃ থ হেৰ গাজা কবলৈ
আৰু মানুহ বিচাৰি নাপালি কোনোবাই
বিনা পইচাত গোটেই ভাৰতবৰ্ষখন
ফুৰি আহিব পাৰেনে
প্ৰথম বন্ধুঃ পাৰিতো মই মা-দেউতাৰ
কোলাতহে বহি গৈছিলো।

for more assamese jokes
visit regularly assamesejokesforsmile.blogspot.in
দুজন বন্ধুৰ কথোপকথন দুজন বন্ধুৰ কথোপকথন Reviewed by Assamese jokes for smile on July 07, 2017 Rating: 5

No comments:

Powered by Blogger.