কাজিয়া

শিক্ষক : ৰিতু তোমাৰ আজি স্কুললৈ অহা কিয় ইমান পলম হল?
ৰিতু: মানে ছাৰ মা আৰু দেউতাই কাজিয়া কৰি আছিলে।
শিক্ষক : (ধমকি সুৰত) আাৰু তই হবলা তাকে চাই আছিলি।
ৰিতু : নহয় ছাৰ, কাজিয়া শেষ হোৱালৈকে ৰৈ থাকিব লগা হল।
কাৰণ জোতাযোৰ এপাত মাৰ হাতত আৰু আন পাত দেউতাৰ
হাতত আছিলে।
for more jokes visit regularly https://assamesejokesforsmile.blogspot.com
কাজিয়া কাজিয়া Reviewed by Assamese jokes for smile on July 13, 2017 Rating: 5

No comments:

Powered by Blogger.