BLUE WHALE GAME

BLUE WHALE GAME টো মইয়ো খেলিছিলো | 49 LEVEL শেষ কৰিছিলো LAST LEVEL ত GAME ৰ ADMIN এ মোক BUILDING ৰ ওপৰৰ পৰা জপিয়াব দিছিল | মইয়ো তাক REPLY দিলো আমাৰ গাওঁত তোৰ বাপেৰে BUILDING বনাই থৈ গৈছিল নেকি....????? আমাৰ ইয়াত BUILDING SILDING নাই তই আমাৰ তাত BUILDING এটা বনাই তাৰ পাছত মোক মৰিব কবি | তাৰ পাছত তাৰ REPLY এ নাহিল | মোক পগলা কৰিব আহোতে তাকেই পগলা কৰি পঠাই দিলো কেলা !!
for more update visit regularly http://assamesejokesforsmile.blogspot.com
BLUE WHALE GAME BLUE WHALE GAME Reviewed by Assamese jokes for smile on August 31, 2017 Rating: 5

No comments:

Powered by Blogger.