ছাৰপ্ৰাইজ

পাপুৰ মাকৰ মৃত্যু হ'ল।
এবছৰৰ পাছত পাপুৰ দেউতাক আমেৰিকাৰ পৰা ঘূৰি আহিল।
তেওঁ সুধিলে: তোৰ মা ক'ত গ'ল?
পাপুৱে ক'লে: মাতো যোৱা বছৰেই ঢুকাল।
পাপুৰ দেউতাকে কান্দিবলৈ ধৰিলে আৰু ক'লে: তই মোক কোৱা
নাছিলি কিয়?
পাপুৱে ক'লে: মই ভাবিলো তোমাক ছাৰপ্ৰাইজ দিম।

For more jokes visit regularly www.assamesejokesforsmile.blogspot.in
ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ Reviewed by Assamese jokes for smile on October 16, 2017 Rating: 5

No comments:

Powered by Blogger.