সময়ৰ বিৱৰ্তন

সময়ৰ বিৱৰ্তন:
১৯৭০ চনৰ মহিলা
পতি: একাপ চাহ
পত্নী: মই এতিয়াই লৈ আনিছোঁ, আপুনি খন্তেক অপেক্ষা কৰক।
১৯৮০ চনৰ মহিলা
পতি: একাপ চাহ দিবাচোন
পত্নী: আনি আছোঁ ৰ'ব
১৯৯০ চনৰ মহিলা
পতি: একাপ চাহ দিবা নেকি?
পত্নী: ৰ'ব অলপ পিছত দি আছোঁ।
২০০০ চনৰ মহিলা
পতি: হেৰা, একাপ চাহ দিবা নেকি?
পত্নী: এতিয়া নোৱাৰোঁ দেই, আপুনি নিজেই বাকি খালে খাওক।
২০১৫ চনৰ মহিলা
পতি: একাপ চাহ......?
পত্নী: কি কৈছা, চাহ??
পতি: নহয় মানে একাপ চাহ তোমালৈও বাকিম নেকি, সেইটোহে সুধিছোঁ।

For more jokes visit regularly www.assamesejokesforsmile.blogspot.com
সময়ৰ বিৱৰ্তন সময়ৰ বিৱৰ্তন Reviewed by Assamese jokes for smile on October 18, 2017 Rating: 5

No comments:

Powered by Blogger.