চুৰি আৰু শাস্তি

পতি-পত্নীয়ে চুৰিৰ বিষয়ে কথা পাতি আছিল..........
পতি: যি চুৰ কৰে সি এদিন নহ্য় এদিন শাস্তি পাবগৈয়ে।
পত্নী: (ৰোমাণ্টিক সুৰত) কিন্তু বিয়াৰ আগতে যে তুমি মোৰ টোপনিবোৰ চুৰ কৰিছিলা, সেই চুৰিৰ বিষয়ে তোমাৰ কি ক'ব লগীয়া ?
পতি: কৈছোঁৱেইতো, যি চুৰি কৰে সি এদিন শাস্তি পাবই।

For more jokes visit regularly www.assamesejokesforsmile.blogspot.com
চুৰি আৰু শাস্তি চুৰি আৰু শাস্তি Reviewed by Assamese jokes for smile on October 18, 2017 Rating: 5

No comments:

Powered by Blogger.