এটা বুৰ্বক

তিখৰ: দেউতা মই স্কুলত আজি আকৌ শাস্তি পালোঁ।
দেউতা: কিয়?
তিখৰ: ছাৰে মোলৈ স্কেল ডাল টোৱাই কৈছিল এই স্কেল ডালৰ মূৰত এটা বুৰ্বক আছে, মই মাত্ৰ সুধিছিলোঁ কোনটো মূৰত ছাৰ?

For more jokes visit regularly www.assamesejokesforsmile.blogspot.com
এটা বুৰ্বক এটা বুৰ্বক Reviewed by Assamese jokes for smile on October 18, 2017 Rating: 5

No comments:

Powered by Blogger.