অংক

অংকৰ শিক্ষকঃ "মই যেতিয়া তোমাৰ সমান আছিলো অংকত ১০০ৰ ভিতৰত ১০০ পাইছিলো।"
ছাত্ৰঃ "পাব পাৰে। আপোনাক চাগৈ কোনোবা ভাল শিক্ষকে অংক পঢ়াইছিল।"

For more jokes visit regularly http://assamesejokesformsile.blogspot.com
অংক অংক Reviewed by Assamese jokes for smile on October 15, 2017 Rating: 5

No comments:

Powered by Blogger.