অপাৰেশ্যন

ডাক্তৰ: আই এম ছৰী, অপাৰেশ্যনৰ সময়ত ৰবৰৰ হাত মোজাযোৰ আপোনাৰ পেটত থাকি গ'ল। আকৌ অপাৰেশ্যন কৰিব লাগিব।
পাপু: আবে, পাগল হ'লি নেকি? এইয়া ল ২০ টকা, নতুন এজোৰ কিনি ল'বি।

For more jokes visit regularly www.assamesejokesforsmile.blogspot.in
অপাৰেশ্যন অপাৰেশ্যন Reviewed by Assamese jokes for smile on October 16, 2017 Rating: 5

No comments:

Powered by Blogger.