উদাহৰণ

স্বামী: ৰজা দশৰথৰ নাম শুনিছা?
পত্নী: অ' শুনিছোঁ।
স্বামী: তেওঁৰ তিনিজনী ঘৈণীয়েক আছিল।
পত্নী: গম পাওঁ।
স্বামী: তেনেহ'লে ময়ো আৰু দুজনী বিয়া কৰাব পাৰোঁনে?
পত্নী: দ্ৰোপদীৰ নাম শুনিছা?
স্বামী: ধেৎ পাগলীজনী, মই ধেমালিহে কৰিছোঁ, সকলো কথা ছিৰিয়াছ্‌লি কিয় লোৱা?

For more jokes visit regularly www.assamesejokesforsmile.blogspot.in
উদাহৰণ উদাহৰণ Reviewed by Assamese jokes for smile on October 16, 2017 Rating: 5

No comments:

Powered by Blogger.