বিল

ৱেটাৰ: ছাৰ, আপোনাৰ বিল।
পাপু: লোৱা মোৰ কাৰ্ড।
ৱেটাৰ: কিন্তু ছাৰ, এইখনতো আপোনাৰ ৰেচন কাৰ্ড হয়।
পাপু: তেতিয়াহ'লে বাহিৰত কি ফূৰ্তিত লিখা আছে -
"all cards accepted" ?

For more jokes visit regularly www.assamesejokesforsmile.blogspot.in
বিল বিল Reviewed by Assamese jokes for smile on October 16, 2017 Rating: 5

No comments:

Powered by Blogger.