'আই লাভ ইউ'

পাপু: সেই ছোৱালীজনী কলা যেন পাইছোঁ।
পিকু: কেনেকৈ জানিলি ?
পাপু: মৈ তাইক 'আই লাভ ইউ' বুলি ক'লো আৰু তাই ক'লে- তাইৰ ছেণ্ডেলযোৰ বোলে নতুন।

For more jokes visit regularly www.assamesejokesforsmile.blogspot.com
'আই লাভ ইউ' 'আই লাভ ইউ' Reviewed by Assamese jokes for smile on October 18, 2017 Rating: 5

No comments:

Powered by Blogger.