কি আচৰিত প্ৰশ্ন!

শিক্ষকঃ "কোৱাচোন পৃথিৱীত কিমান দেশ আছে?"
ছাত্ৰঃ "ছাৰ কি আচৰিত প্ৰশ্ন! পৃথিৱীত দেশ এখনেই আছে সেই খন হ'ল ভাৰত। বাকীবিলাকতো সব বিদেশ।"

For more jokes visit regularly http://assamesejokesformsile.blogspot.com
কি আচৰিত প্ৰশ্ন! কি আচৰিত প্ৰশ্ন! Reviewed by Assamese jokes for smile on October 15, 2017 Rating: 5

No comments:

Powered by Blogger.