কল চেন্টাৰ

পাপু: মোৰ মোবাইলৰ বিল কিমান হ'ল?
কল চেন্টাৰৰ যুৱতী: ছাৰ, অনুগ্ৰহ কৰি ১২৩ ডায়েল কৰক, কাৰেন্ট বিল জানিবৰ বাবে...
পাপু: ঐ মূৰ্খ ছোৱালী! মই কাৰেন্টৰ বিল বিচৰা নাই, মোবাইল বিল কিমান হ'ল ক !

For more jokes visit regularly www.assamesejokesforsmile.blogspot.com
কল চেন্টাৰ কল চেন্টাৰ Reviewed by Assamese jokes for smile on October 18, 2017 Rating: 5

No comments:

Powered by Blogger.