পত্নী আৰু প্ৰেমিকা

দুজন বন্ধু বাটেৰে গৈ আছিল.......হঠাৎ দুয়োটা ৰৈ গ'ল দুগৰাকী যুৱতীলৈ চাই।
প্ৰহ্ম বন্ধু: হে ভগবান! সৌৱা মোজ পত্নী আৰু প্ৰেমিকা দুয়োজনী একেলগে আহি আছে দেখোন!
দ্বিতীয় বন্ধু: আৰে ! মোৰো দেখোন একেই অৱস্থা।

For more jokes visit regularly www.assamesejokesforsmile.blogspot.com
পত্নী আৰু প্ৰেমিকা পত্নী আৰু প্ৰেমিকা Reviewed by Assamese jokes for smile on October 18, 2017 Rating: 5

No comments:

Powered by Blogger.