ঘন্টা

মৰমীৰ বিয়াৰ পিছৰ কাহিনী-
  এদিন শাহুয়েকে পুৱা গোসাঁইঘৰত পূজা কৰিবলৈ
গৈ দেখে যে ঘন্টাটো নাই। বহু সময় বিচাৰ-খোচাৰ
কৰি দেখে যে ঘন্টাটো ফ্ৰীজৰ ভিতৰত কোনোবাই থৈ দিছে।
   শাহুঃ বোৱাৰী, তুমি ঘন্টাটো ফ্ৰীজত থৈছা নি ?
   মৰমীঃ হয় মআ, কালি টি ভিত সঞ্জীব কাপুৰৰ খানা
বনোৱা প্ৰগ্ৰেমটোৰ পৰা শিকি কিবা এটা নতুন বনাইছো।
তেওঁ কৈছিল, ‘চিকেন কে চাথ মচালা অচ্ছী তৰহ
চে মিলাকে, এক ঘন্টা ফ্ৰীজ মে ৰখিয়ে।


আমাৰ Android App ডাউনলোদ কৰিবলৈ তলৰ link ক্লিক কৰক---
https://www.mediafire.com/download/791u26arza9364n
ঘন্টা ঘন্টা Reviewed by Assamese jokes for smile on January 03, 2018 Rating: 5

No comments:

Powered by Blogger.