পছন্দ

গাৰ্লফ্ৰেণ্ড :- দেহা ঐ .... চিন্তা নকৰিবা । মোৰ মায়ে ইতিমধ্যে তোমাক পছন্দ কৰি থৈছে । ইমান দিনে মোক খুলি কোৱা নাছিল । আজিহে মোক ক'লে ।
নগেন :- ধেত চাল্লা । এয়া কিদৰে সম্ভৱ ...? মই তোমাকহে বিয়া পাতিম ...., আন্টিক নাপাতো নহয় ...., আন্টিয়ে পছন্দ কৰিলে কিদাল হ'ল ..? আন্টিক কৈ দিবি তাই যেন মোক পাহৰি যায় ।
গাৰ্লফ্ৰেণ্ড আজিলৈকে কোমাত বাপ্পেকে ।

পছন্দ পছন্দ Reviewed by Assamese jokes for smile on January 29, 2018 Rating: 5

No comments:

Powered by Blogger.