হেমলেট

চৰকাৰে নিৰ্দেশ জাৰি কৰিলে-
  পুৰুষ-মহিলা নিৰ্বিশেষে সকলোৱে
স্কুটি বা বাইক চলাওঁতে বা বহি যাওঁতে
হেলমেট পৰিধান কৰিব লাগিব।
  এই খবৰ পাই পত্নীয়ে অকল শাৰী
থোৱা আলমাৰীটো খুলি চিঞৰি উঠিল..!!
 “হে ভগবান, ইমানগাল মেচ্চিং হেলমেট
কিনিব লাগিব“
   পতিয়ে শুনিয়েই ভয়তে একটিভাখন
বিক্ৰী কৰিয়েই দিলে।

আমাৰ Android App ডাউনলোদ কৰিবলৈ তলৰ link ক্লিক কৰক---
https://www.mediafire.com/download/791u26arza9364n
হেমলেট হেমলেট Reviewed by Assamese jokes for smile on January 03, 2018 Rating: 5

No comments:

Powered by Blogger.