চোৰক দিয়া ধমকি

চোৰে চুৰ কৰি যাবলৈ ওলাওঁতেই বিছনাত
মাক-দেউতাকৰ সৈতে শুই থকা সৰু ল’ৰাটোৱে
সাৰ পালে।
 চোৰক উদ্দেশি ল’ৰাৰ ধমকিঃ
  - “নিচ যেতিয়া মোৰ স্কুল বেগ আৰু
হ’মৱৰ্কৰ বহীখনো লৈ যা, নহ’লে কিন্তু
মই চিঞৰ বাখৰ লগাই দিম।”

আমাৰ Android App ডাউনলোদ কৰিবলৈ তলৰ link ক্লিক কৰক---
https://www.mediafire.com/download/791u26arza9364n
চোৰক দিয়া ধমকি চোৰক দিয়া ধমকি Reviewed by Assamese jokes for smile on January 03, 2018 Rating: 5

No comments:

Powered by Blogger.