ঢোকা

হোষ্টেলত দুই বন্ধু।
  - ভাই বিৰাট ঢোকা হৈ গ’ল।
  - কি হ’ল ? বন্ধুৱে আন্তৰিকতাই সুধিলে।
  - ঘৰৰ পৰা কিতাপৰ কাৰণে পইচা বিচাৰিছিলো,
কিতাপখনকে পঠাই দিলে।

আমাৰ Android App ডাউনলোদ কৰিবলৈ তলৰ link ক্লিক কৰক---
https://www.mediafire.com/download/791u26arza9364n
ঢোকা ঢোকা Reviewed by Assamese jokes for smile on January 03, 2018 Rating: 5

No comments:

Powered by Blogger.