ফেইল

দেউতাকঃ পাছ কৰিলিনে?
ৰন্টুঃ কৰিলোঁ। আমাৰ গোটেই ক্লাছটো পৰীক্ষাত পাছ কৰিলোঁ।
কিন্তু কিন্তু আচৰিত আমাৰ মেদামে ফেইল কৰিলে?
দেউতাকঃ (আচৰিত হৈ) কেনেকৈ গম পালি?
ৰন্টুঃ মেদামে এতিয়াও আগৰ ক্লাছটোতে পঢ়াই আছে।
.
.
Download and install our android apps from the links given below - (size only 1.98MB)
CLICK HERE FOR DOWNLOAD
ফেইল ফেইল Reviewed by Assamese jokes for smile on February 04, 2018 Rating: 5

No comments:

Powered by Blogger.