P-CAR



 পেট্ৰল ডিজেলৰ বৰ্দ্ধিত মূল্যৰ প্ৰতি লক্ষ্যৰাখি নিৰ্মাণ কৰি ওলিওৱা হৈছে এখন বিশেষ গাড়ী। এই গাড়ীখন পেট্ৰল, ডিজেলৰ প্ৰয়োজন নোহোৱাকে এক বিশেষ ইন্ধনৰ সহায়ত চলাব পাৰি। এই বিশেষ ইন্ধন বিধ হ'ল সকলোৰে প্ৰিয় বা অপ্ৰিয় হ'লেও কোনেও হাতসাৰিব নোৱাৰা প্ৰাকৃতিক গেছ 'পাদ'। এই গাড়ীখনেনো কেনেকৈ কাম কৰিব সবিশেষ জানিবৰ কাৰনে তলৰ ভিডিঅ'টো উপভোগ কৰক।

Click on the video:



Click here to watch directly on Youtube
P-CAR P-CAR Reviewed by Assamese jokes for smile on June 11, 2018 Rating: 5

No comments:

Powered by Blogger.