Dangerous Friend - Assamese comedy video by MP Entertainments



"Dangerous Friend " - Assamese short film. 

পৰিচালনা:- মায়ংক প্ৰাঞ্জল
অভিনয়ত :- ৰাজাকাশি , মায়ংক প্ৰাঞ্জল, জান দাস।
কাহিনী :- ছবিখনৰ জৰিয়তে ইয়াকে দেখুওৱা হৈছে যে, কোনো এজনী ছোৱালীয়ে লৰা এজনৰ মুখলৈ চাই হাহি মাৰিলেই প্ৰেম হোৱা নুবুজাই  |
কাৰোবাক ভাল পালে সকলো কথা খোলি কৈ দিব লাগে , নহ'লে তোমাৰ বন্ধুয়ে এদিন তোমাৰ মুখৰ আগৰ পৰা লৈ গোচি যাব পাৰে |       [ AssameseJokes.ML ]
এই ছবিখনত, এজন লৰাই কিদৰে তেও বন্ধুৰ প্ৰেমিকাক পতাই তাৰ মুখৰ আগৰ পৰা লৈ যায় তাকে কমেডি হিচাপে দেখুওৱা হৈছে।                 [ AssameseJokes.ML ]
ছবিখন এবাৰ চাওক আপোনিও হাহি উঠিব ।

[ AssameseJokes.ML ]

 ভিডিঅ'টো চাবৰ বাবে তলত ক্লিক কৰক।




নাইবা Youtube ত চাবৰ বাবে ইয়াত ক্লিক কৰক।






[ AssameseJokes.ML ]
Dangerous Friend - Assamese comedy video by MP Entertainments Dangerous Friend - Assamese comedy video by MP Entertainments Reviewed by Assamese jokes for smile on August 07, 2018 Rating: 5

No comments:

Powered by Blogger.