ৰোৱনী Recruitment ২০১৮


অসমৰ বিভিন্ন অঞ্চলত প্ৰায় ২০,০০০ ৰোৱনীৰ আবশ্যক হৈছে। তাৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ফৰ্মখনৰ জৰিয়তে আবেদন জনাব পাৰে।

দৰমহা: অঞ্চল ভেদে আৰু মাটি ভেদে বেলেগ বেলেগ।

অৰ্হতা: কেৱল ৰোব জানিলেই হ'ব।
বয়স: অতি কমেও ১৮ বছৰ হ'ব লাগিব।

সা-সুবিধা: চাহ, ভাত, তামোল আদি যোগান ধৰা হ'ব।


আবেদনৰ বাবে তলৰ ফৰ্মখন পূৰ কৰি Applyত ক্লিক কৰক -





ৰোৱনী Recruitment ২০১৮

ব্যক্তিগত বৰ্ণনা নাম:

বয়স:

ঠিকনা:

শিক্ষাগত অৰ্হতা (প্ৰয়োজনীয় নহয়) অষ্টম শ্ৰেণী পাছ
দশম শ্ৰেণী পাছ
দ্বাদশ শ্ৰেণী পাছ

কেনেকুৱা মাটিত ৰোব পাৰিব? দ মাটি
বাম মাটি

আগতে ৰোৱা অভিজ্ঞতা - আছে
নাই
http://www.assamesejokes.ml/p/blog-page_11.html

ৰোৱনী Recruitment ২০১৮ ৰোৱনী Recruitment ২০১৮ Reviewed by Assamese jokes for smile on August 11, 2018 Rating: 5

No comments:

Powered by Blogger.