Contact us

যোগাযোগৰ বাবে আমালৈ তলৰ ইমেইলত মেইল কৰিব পাৰে নাইবা আমাৰ ফেচবুক পেজৰ জৰিয়তে মেছেজ কৰিব পাৰে।


ইমেইল: official.assamesejokes@gmail.com
ফেচবুক পেজ: facebook.com/jokes.assam

আপোনালোকে আমালৈ কৌতুকও পঠাব পাৰে। তাৰ বাবে অতিকমেও ১০টা কৌতুক সংগ্ৰহ কৰি বা নিজে লিখি অসমীয়াত টাইপ কৰি নিজৰ নামৰ সৈতে আমাৰ ইমেইল বা ফেচবুক পেজৰ ইনবক্সত পঠাব  লাগিব। অতিকমেও ১০টা কৌতুক হোৱাতো প্ৰয়োজনীয় যাতে আমি এটা খণ্ড আপোনাৰ নামত প্ৰকাশ কৰিব পাৰো। যদি ১০টা কৌতুক পঠাব নোৱাৰে তেতিয়া আপোনাৰ নাম প্ৰকাশ কৰা নহ'ব। লগতে কৌতুবোৰ টাইপ কৰি পঠোৱাতো অতি প্ৰয়োজনীয়।
Contact us Contact us Reviewed by Assamese jokes for smile on August 23, 2018 Rating: 5

No comments:

Powered by Blogger.